Ash gourd, also known as winter melon, is a large, oblong vegetable with green skin and a whitish, ash-like coating. It contains a high amount of water and provides fibre and essential nutrients. It is used to prepare curries, soups, and traditional sweets. It is a popular vegetable in many Indian households.
চাল কোমোৰা এবিধ ডাঙৰ আৰু দীঘলীয়া আকৃতিৰ পাচলি। ইয়াৰ বাকলি সেউজীয়া আৰু ওপৰত বগা ছাইৰ দৰে আৱৰণ থাকে। ইয়াত যথেষ্ট পৰিমাণে পানী, আঁহ আৰু বিভিন্ন পুষ্টিকৰ উপাদান থাকে। চাল কোমোৰাৰে তৰকাৰী, চুপ আৰু বিভিন্ন পৰম্পৰাগত মিঠাই প্ৰস্তুত কৰা হয়। ই অসমীয়া খাদ্য সংস্কৃতিৰ এবিধ চিনাকি পাচলি।
No review given yet!
Fast Delivery
Safe Payment
5 Hours Return Policy
100% Authentic Products
You need to Sign in to view this feature
This address will be removed from this list