Ginger is a popular spice and medicinal plant known for its strong aroma and slightly spicy taste. It has a light brown outer skin and pale yellow flesh inside. Ginger contains antioxidants and is commonly used in cooking, tea, and traditional remedies. It adds flavour and fragrance to curries, soups, and many other dishes.
আদা এবিধ সুগন্ধিযুক্ত মচলা আৰু ঔষধি উদ্ভিদ। ইয়াৰ বাকলি পাতল মুগা ৰঙৰ আৰু ভিতৰৰ অংশ পাতল হালধীয়া। আদাৰ সোৱাদ অলপ জ্বলা আৰু ইয়াৰ গোন্ধ বিশেষ ধৰণৰ। আদাত এণ্টিঅক্সিডেণ্ট থাকে। ইয়াক তৰকাৰী, দাইল, চুপ, চাহ আদি বিভিন্ন খাদ্য আৰু পানীয় প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। আদাই খাদ্যৰ সোৱাদ আৰু সুগন্ধ বৃদ্ধি কৰে।
No review given yet!
Fast Delivery
Safe Payment
5 Hours Return Policy
100% Authentic Products
You need to Sign in to view this feature
This address will be removed from this list